Thursday, May 22, 2025
Homeৰাজনৈতিকপৰ্যটকসকলৰ সহায় হোৱাকৈ বিমান সংস্থাসমূহক নির্দেশনা মন্ত্ৰালয়ৰ

পৰ্যটকসকলৰ সহায় হোৱাকৈ বিমান সংস্থাসমূহক নির্দেশনা মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

জম্মু-কাশ্মীৰৰ পৰা অতিৰিক্ত বিমান চলাচলৰ নিৰ্দেশ

কাশ্মীৰৰ পৰা দেশৰ ভিন্ন প্রান্তলৈ বিমান চলাচলৰ নিৰ্দেশ

শ্রীনগৰৰ পৰা দিল্লীলৈ দুখনকৈ বিমানৰ সেৱা আৰম্ভ

শ্রীনগৰৰ পৰা মুম্বাইলৈও দুখন অতিৰিক্ত বিমানৰ সেৱা আৰম্ভ

অতিৰিক্ত সেৱাৰ বাবে সংস্থাসমূহক ভাড়া বৃদ্ধি নকৰিবলৈ নির্দেশ

পহলগামৰ সন্ত্রাসবাদীৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এই বিশেষ নির্দেশনা

পৰ্যটকসকলৰ সহায় হোৱাকৈ বিমান সংস্থাসমূহক নির্দেশনা মন্ত্ৰালয়ৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments