Tuesday, June 17, 2025
Homeঅসমপুত্ৰৰ এবছৰীয়া জন্মদিন উদযাপন কৰিবলৈ নাপালে মাতৃয়ে

পুত্ৰৰ এবছৰীয়া জন্মদিন উদযাপন কৰিবলৈ নাপালে মাতৃয়ে

ডিজিটেল ডেস্ক, ৯নৱেম্বৰ: আজি আছিল পুত্ৰৰ জন্মদিন। কিন্তু সেইদিনাই আহিল বেয়া খবৰটো।এবছৰীয়া পুত্ৰ পোহৰৰ জন্মদিন উদযাপনৰ সপোন পূৰণ নহ’ল অনিন্দিতাৰ! পুত্ৰ জন্মদিনৰ দিনাই নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰি গ’ল অনিন্দিতা!

GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ মৃত্যুত পৰিছে শোকৰ ছাঁ। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃ বিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক। ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ পুত্ৰ পোহৰৰ জন্মদিনটোতেই নিয়তিয়ে কাঢ়ি নিলে মাতৃক

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments