Friday, March 13, 2026
Homeঅসমৰাজভৱনত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত উপাচাৰ্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান।

ৰাজভৱনত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত উপাচাৰ্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান।

ৰাজভৱনত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত উপাচাৰ্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান।

শপত পাঠ কৰাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই।

উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু।

লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments