- অধ্যক্ষৰ অনুমতি লৈ বিধানসভাৰ গেলেৰীলৈ আহিল সাংসদ গৌৰৱ গগৈ।
- সকলো নাগৰিকে এই সুবিধা পাব পাৰে।
- কিন্তু যিমানেই চেষ্টা নকৰক, ৰাইজৰ আস্থা কেতিয়াও জয় কৰিব নোৱাৰে কংগ্ৰেছ দলে।
- গৌৰৱ গগৈ বিধানসভালৈ অহাক লৈ প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ।
- স্বদেশীৰ ক্ষেত্ৰত AIUDFৰো কোনো ভূমিকা নাই বুলি মন্তব্য সোণোৱালৰ।