- যোৰহাটৰ উলংগ বাবাৰ ভণ্ডামিক লৈ সংযুক্ত মুক্তি বাহিনী অসম ৰ প্ৰতিক্ৰিয়া
- অনাগত দিনত অসমত কোনো উলংগ ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সংযুক্ত মুক্তি বাহিনী অসম ৰ আহ্বান
- ‘ভাৰতীয় সকলৰ উলংগ ধৰ্মীয় সংস্কৃতিৰ অসমৰ সমাজত সমোৱাবলৈ চেষ্টা কৰা হৈছে’
- উলংগ ব্যক্তিজনৰ লগতে আশ্ৰয় দিয়া ব্যক্তিজনৰো শাস্তি দিব লাগে বুলি প্ৰতিক্ৰিয়া সংযুক্ত মুক্তি বাহিনী অসমৰ