Friday, November 8, 2024
Homeউত্তৰ-পূৱপাঁচ ঘণ্টাৰ ভিতৰতে উত্তৰ পূৱত দ্বিতীয়টো ভূমিকম্প

পাঁচ ঘণ্টাৰ ভিতৰতে উত্তৰ পূৱত দ্বিতীয়টো ভূমিকম্প

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : মঙলবাৰে পুৱা ৬.৫৭ বজাত মেঘালয়ৰ তুৰাত ভূমিকম্প। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি ভূমিকম্পৰ ঘনত্ব আছিল ৩.৭ ৰিখটাৰ স্কেল।

আনহাতে, ভূমিকম্পটোৰ উপত্তি স্থান আছিল মেঘালয়ৰ তুৰাৰ পৰা ৫৯ কিলোমিটাৰ উত্তৰত।

জানিব পৰা মতে, পুৱা প্ৰায় ২.৪৬ বজাত মণিপুৰৰ ন’নীত ৩.২ প্ৰাবল্যৰ ভূমিকম্প সংগঠিত হৈছিল। আনহাতে, ভূমিকম্পটোৰ উপত্তি স্থান আছিল মণিপুৰৰ ননী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments