Tuesday, March 10, 2026
Homeঅসমখেদি খেদি জব্দ কৰিলে বিলাসী ছুইফ্ট ডিজায়াৰ বাহন সহ দুটাকৈ চোৰাং গৰু

খেদি খেদি জব্দ কৰিলে বিলাসী ছুইফ্ট ডিজায়াৰ বাহন সহ দুটাকৈ চোৰাং গৰু

গোলকগঞ্জ, ১১ফেব্ৰুৱাৰী: চোৰাং গৰুৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান। খেদি খেদি জব্দ কৰিলে বিলাসী ছুইফ্ট ডিজায়াৰ বাহন সহ দুটাকৈ চোৰাং গৰু।

প্ৰাপ্ত তথ্য মতে আজি আবেলি এক গোপন সুত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে AS17 P 3782 নম্বৰৰ বিলাসী ছুইফ্ট ডিজায়াৰ বাহন এখন খেদি যায়।

পিছত বাহনখন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ ৰায়পুৰ তৃতীয়খণ্ডত সোমাই বাহন থৈ পলায়ন কৰে গো সসৰবৰাহকাৰী। পিছত গোলকগঞ্জ আৰক্ষীয়ে বাহন খনৰ পৰা দুটাকৈ গৰু উদ্ধাৰ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments