Tuesday, March 10, 2026
Homeঅসমশ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ২ কোটি টকাৰ অনুদান ৰাজ্য চৰকাৰৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ২ কোটি টকাৰ অনুদান ৰাজ্য চৰকাৰৰ

  • শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ২ কোটি টকাৰ অনুদান ৰাজ্য চৰকাৰৰ

    ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰবক্তাসকলৰ দৰমহাৰ বাবে আৰ্থিক অনুদান আগবঢ়াব

    শংকৰ সংঘৰ আঢ়ৈ হাজাৰ শাখাৰ প্ৰতিটো শাখাক ৫ লাখ টকা দিব চৰকাৰে

    অহা ৩বছৰৰ ভিতৰত ১২ কোটি টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে

    জনজাতীয় লোক সকলক শাখাত আগ ভাগ লবলৈ সুযোগ দিয়ক

    শংকৰদেৱ সংঘৰ অধিৱেশনত মিঞাৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    ‘মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিব নালাগে’

    ‘এচাম মানুহে অসমীয়া জাতিয়ে কাম নকৰে বুলি মিছা বদনাম উলিয়াই আছে’

    গুৰুজনাৰ বাবে ৰাজ্য চৰকাৰে কি কি কাম কৰিছে সকলো ক’লে অধিৱেশনত

    নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক ১০ হাজাৰ টকাৰ অনুদান

    এই অনুদান আগবঢ়ালে শংকৰ সংঘৰ মণিৰাম দাস বাপে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments