Tuesday, July 8, 2025
Homeঅসমৰঙালী বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

ৰঙালী বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

নিযুক্তি লাহে লাহে হ’ব।

পঞ্চায়ত নিৰ্বাচনৰ বাবে এপ্ৰিলত নহয় মৌখিক পৰীক্ষা।

মে’-জুন মাহতহে অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা।

এটা পদৰ বিপৰীতে দুগুণ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

মই কোনো নিযুক্তিৰ তাৰিখ ক’ব বিচৰা নাই। আমাৰ কাৰ্যকালতে নিযুক্তি হোৱাতো নিশ্চিত।

ADREৰ ফলাফলৰ পাছতে নিযুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰঙালী বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

একাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হ’লেই ঘোষণা হ’ব নিৰ্বাচনৰ দিন

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments