Tuesday, March 10, 2026
Homeঅসমএডভাণ্টেজ আছামৰ তৃতীয় সংস্কৰণত টাটা নেল্কোৰে সম্পাদন হৈছিল বুজাবুজিৰ চুক্তি

এডভাণ্টেজ আছামৰ তৃতীয় সংস্কৰণত টাটা নেল্কোৰে সম্পাদন হৈছিল বুজাবুজিৰ চুক্তি

  • এডভাণ্টেজ আছামৰ তৃতীয় সংস্কৰণত টাটা নেল্কোৰে সম্পাদন হৈছিল বুজাবুজিৰ চুক্তি।
  • এই চুক্তি অনুসৰিয়ে ৰাজ্যৰ ৫০০ খন বিদ্যালয়ত স্থাপন হ’ব দক্ষতা বিকাশ কেন্দ্ৰ।
  • প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৮০ খন বিদ্যালয়ক সামৰি ল’ব এই আঁচনিয়ে।
  • ১০ টা বিষয়ত শিক্ষাৰ্থীক প্ৰদান কৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ
  • এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments