Saturday, November 9, 2024
Homeৰাজনৈতিকঅনুপ্ৰৱেশকাৰীকলৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

অনুপ্ৰৱেশকাৰীকলৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: দেশত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অনুপ্ৰৱেশকাৰীয়ে৷ বিশেষকৈ বাংলাদেশৰ পৰা পৰা অহা অনুপ্ৰৱেশকাৰী সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷

বাংলাদেশ অনুপ্ৰৱেশকাৰী সকল বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰাৰ পিছতে সক্ৰিয় কৰা হৈছে দেশৰ চোৰাংচোৱা সংস্থা সমূহ ৷

বুধবাৰে দেশৰ সকলো ৰাজ্যৰ চোৰাংচোৱা সংস্থা সমূৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গৃহমন্ত্ৰী অমিস শ্বাহ ৷ সূত্ৰৰ খবৰ অনুসৰি এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে চোৰাংচোৱা সংস্থা সমূহৰ বিষয়াসকলক বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছে ৷

বাংলাদেশৰ জত দৰে উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকা অনুপ্ৰৱেশকাৰী সকলৰ তথ্য সংগ্ৰহ কৰাৰ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত অসমত অধিক ক্ষতি কৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments