Sunday, July 6, 2025
Homeঅসমনৱতম সংযোজন হ'ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মাডাৰ এণ্ড ছাইল্ড হাস্পতাল।

নৱতম সংযোজন হ’ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মাডাৰ এণ্ড ছাইল্ড হাস্পতাল।

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱতম সংযোজন হ’ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মাডাৰ এণ্ড ছাইল্ড হাস্পতাল।
  • কালাপাহাৰস্থিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
  • শীঘ্ৰেই চিকিৎসালয়খনত মুকলি হ’ব OPD সেৱা।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আগন্তুক মাতৃ আৰু শিশু চিকিৎসালয়ে সমৰ্পিত আৰু বিশেষ শিশু চিকিৎসা সেৱা আগবঢ়াব।
  • ৮০০খন বিচনাৰে সজ্জিত হ’বলগীয়া এই অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক সম্পূৰ্ণৰূপে পুনর্নির্মাণ কৰাৰ আমাৰ বৃহত্তৰ পৰিকল্পনাৰ এক অংশ।
  1. আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰত উপস্থিত হৈ নির্মাণ অগ্রগতিৰ পৰ্যালোচনা কৰে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments