Saturday, July 5, 2025
Homeঅসমমাৰনাস্ত্ৰ উদ্ধাৰক লৈ চাঞ্চল্য

মাৰনাস্ত্ৰ উদ্ধাৰক লৈ চাঞ্চল্য

বিনীত ঝা, বিহালী:উপ নিৰ্বাচনৰ প্ৰাক ক্ষণত বিশ্বনাথ জিলাত মাৰনাস্ত্ৰ উদ্ধাৰক লৈ চাঞ্চল্য।বিশ্বনাথ চাৰিআলিৰ সমীপৰ প্ৰতাপগড় চাহবাগিছাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জংঘলত পুতি থোৱা অবস্থাত উদ্ধাৰ ৩০৩ ৰাইফল৷

আব্দুল বাৰেক নামৰ চতিয়াৰ বোকাবিলৰ ধৃত চোৰাংচিকাৰী এজনে উক্ত স্থানত পুতি ৰাখিছিল গঁড় হত্যাত ব্যৱহৃত এই অবৈধ বন্দুকটো৷বিহালী উপ নিৰ্বাচনৰ ভোট গ্ৰহণৰ কেইটামান মূহুৰ্ত বাকী থকা সময়ত এইদৰে মাৰনস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ বিশ্বনাথ জিলাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments