- মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চাম্ফাইত যুদ্ধসদৃশ পৰিস্থিতি
- ম্যানমাৰৰ চীন প্ৰদেশত দুই বিদ্রোহী গোটৰ মাজত গুলীয়াগুলী
- বিদ্রোহী গোট CNDF-CDFৰ মাজত প্রচণ্ড সংঘর্ষ
- বিদ্রোহী গোটৰ হৈ যুঁজ দি ম্যানমাৰত মৃত্যু লাল মুৱাক মাইৱা নামৰ মিজোৰামৰ এজন লোকৰ
- সংঘর্ষত আহত দুয়োটা বিদ্রোহী গোটৰ কেইবাজনো সদস্য
- সিপাৰৰ পৰা উফৰি অহা গুলীত ক্ষতিগ্রস্ত জখাওথাৰৰ কেইবাটাও গৃহ