ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ৷ নৱবৰ্ষত ৰাজ্যবাসীয়ে নিজৰ ঠাইতে উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ৷
১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজ এদিনীয়া ক্ৰিকেট মেচ ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচখন ।
BCCI য়ে অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ আয়োজনৰ দায়িত্ব অৰ্পণ কৰিছে।