Saturday, May 3, 2025
Homeঅসমকংগ্ৰেছৰ মানুহবোৰক ৰঙানদী,বিহপুৰীয়া আৰু নাওবৈচাৰ মানুহে ভাল নাপায়---অখিল গগৈ।

কংগ্ৰেছৰ মানুহবোৰক ৰঙানদী,বিহপুৰীয়া আৰু নাওবৈচাৰ মানুহে ভাল নাপায়—অখিল গগৈ।

ভূপেন বৰাক আকৌ প্ৰত্যুত্বৰ অখিল গগৈৰ—–

কংগ্ৰেছৰ মানুহবোৰক ৰঙানদী,বিহপুৰীয়া আৰু নাওবৈচাৰ মানুহে ভাল নাপায়—অখিল গগৈ।

অখিল গগৈৰ প্ৰশ্ন ভূপেন বৰালৈ—নতুনকৈ লোৱা গাড়ীখনৰ পইচা কত পালে মই সুধিব পাঁৰো সুধিছো জানো।এজন সভাপতিয়ে মিটিঙলৈ যাব কত পইচা পালে সুধাটো অবান্তৰ হয় নে নহয় অখিল গগৈৰ যুক্তি।

ভূপেন বৰাৰ নিজৰ সমষ্টিত কংগেছৰ সভাত ৯৭ জন মানুহ হৈছিল আৰু একে ঠাইতে মই যাঁওতে ১০ হাজাৰ মানুহ হৈছিল সেই বাবে ভূপেন বৰাৰ মাথাঞো গৰম হৈছে সেই কাৰনে ভূপেন বৰাই মোক প্ৰশ্ন সুধিছে—অখিল গগৈ।

ভূপেন বৰাৰ নিজৰ দদলতে স্থিতি নাই–অখিল গগৈ।

কংগ্ৰেছে নিজৰ দলৰ ভিতৰতে লেং মাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments