Wednesday, March 11, 2026
Homeঅসমজোনালী নাথৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী

জোনালী নাথৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী

অংকুৰ ডেকা, মৰিগাঁও,  ANEWS24X7: জোনালী নাথৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত মৰিগাঁৱত নাথ যোগী যুৱ পৰিষদ, নাথ যোগী সন্মিলনী , মহিলা মৰ্চ্চাৰ কৰ্মীসকলে আজি সন্ধিয়া এক মৌন সমদল উলিয়াই মৰিগাঁও নগৰৰ মাজ মজিয়াদি । আৰু মম বাতি প্ৰজলন কৰি জোনালী নাথৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে প্ৰতিবাদ কাৰীসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments