হিন্দুৰ মাটি মিঞাক গতাইছিল নুপূৰ বৰাই

বৰপেটাত বহু হিন্দু লোকৰ মাটি খেলিমেলি কৰিছিল নুপূৰ বৰাই

নুপূৰ বৰাৰ ওপৰত আৰু কঠোৰ ব্যৱস্থা ল’ব মুখ্যমন্ত্ৰীয়ে

বিতৰ্কিত ৰাজহ বিষয়া নুপূৰ বৰাৰ বাসগৃহত তদাৰকী শাখাৰ অভিযান

টকা হিচাপ কৰি ভাগৰি গৈছে তদাৰকী বিষয়া

মেচিনেৰে গণনা কৰিব লগা হৈছে ধন

বৰ্তমানলৈকে উদ্ধাৰ ১.৭০ কোটি টকা