Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়বাংলাদেশত সামৰিক শাসনৰ সম্ভাৱনা

বাংলাদেশত সামৰিক শাসনৰ সম্ভাৱনা

মহম্মদ ইউনুছ চৰকাৰৰ প্ৰতি অশান্তি আৰু অনাস্থা বাঢ়িছে বাংলাদেশৰ

জনসাধাৰণৰ বাংলাদেশত সামৰিক শাসনৰ সম্ভাৱনা

যাৰবাবে সোমবাৰে অনুষ্ঠিত হয় বাংলাদেশী সেনাৰ জৰুৰী বৈঠক

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠনৰ পৰিকল্পনা বাংলাদেশ সেনাৰ

ৱাকাৰ-উজ-জামানৰ নেতৃত্বত সেনাবাহিনীয়ে অনুষ্ঠিত কৰে এই জৰুৰী বৈঠক

এই বৈঠকত উপস্থিত থাকে সেনাবাহিনীৰ শীৰ্ষ বিষয়া, ৫ জন লেফটেনেন্ট জেনেৰেল, ৮ জন মেজৰ জেনেৰেল, স্বতন্ত্ৰ ব্রিগেডৰ কমান্ডিং অফিচাৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments