Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়কেদাৰনাথলৈ যোৱাৰ কথা ভাবিছে নেকি?

কেদাৰনাথলৈ যোৱাৰ কথা ভাবিছে নেকি?

ডিজিটেল ডেস্ক, A NEWS 24×7 : দেশত আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা। চাৰ ধাম যাত্ৰাৰ বাবে সাজু হৈছে দেশ-বিদেশৰ লাখ লাখ ভক্ত । ২৫ এপ্ৰিলৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব চাৰ ধামৰ অন্যতম কেদাৰনাথ মন্দিৰ। হেলিকপ্টাৰেও ভক্তসকলে যাব পাৰিব কেদাৰনাথ ধামলৈ।

উত্তৰাখণ্ডত কেইবাটাও মন্দিৰ আছে। তাৰ ভিতৰত অন্যতম মন্দিৰ কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী, যমুনোত্ৰীয়ে চাৰ ধাম গঠন কৰে আৰু ইয়াক হিন্দু ধৰ্মৰ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments