Tuesday, March 10, 2026
Homeঅসমশিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ–ছাত্ৰীয়ে সকলে অৱতীৰ্ণ হ’ব লাগিব এটা চূড়ান্ত পৰীক্ষাত।

যদি সেই পৰীক্ষাত উত্তীৰ্ণ নহয় তেন্তে দুমাহৰ পিছত পুনৰ একেই পৰীক্ষা দিব লাগিব । সেই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে অৱতীৰ্ণ হ’ব পাৰিব পৰৱৰ্তী শ্ৰেণীত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments