- AIৰ জৰিয়তে এইবাৰ চাইবাৰ চক্ৰৰ ভয়ংকৰ জাল
- বন্ধু অথবা আত্মীয়ৰ নম্বৰেৰে WhatsApp কল কৰি লুণ্ঠন
- হুবহু চিনাকি ব্যক্তিৰ মাতেৰে চিনাকি নম্বৰেৰে কল কৰে চক্ৰটোৱে
- OTP বিচাৰি চক্ৰটোৱে WhatsApp কল কৰে
- ভুক্তভোগীক চিনাকি বা আপোন বুলি OTP দিলেই বিপদ নিশ্চিত
- আপোনাৰ বিচৰা OTP যোগান ধৰাৰ লগে লগে বন্ধ হৈ যাব আপোনাৰ WhatsApp
- WhatsAppৰ সকলো ডাটা এক্সেছ পাই যাব চাইবাৰ চক্ৰটোৱে
- আপোনাৰ WhatsApp আনলক কৰি দিবলৈ দাবী কৰিব
- বৃহৎ ধন লগতে WhatsAppত থকা আপত্তিজনক তথ্যক লৈও কৰিব ব্লেকমেইলিং