ডিজিটেল ডেস্ক, ANEWS24X7:কাৰিকৰী শিক্ষা সঞ্চালকালয় (ডিটিই) অসমে অহা ৮ মে’ত অসম পলিটেকনিক নামভৰ্তি পৰীক্ষা ২০২৩ (পিএটি)ৰ বাবে আবেদন প্ৰক্ৰিয়া সমাপ্ত কৰিব।যিসকল প্ৰাৰ্থীয়ে এতিয়াও আবেদন নকৰাকৈয়ে অফিচিয়েল ৱেবছাইট dte.assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। পূৰ্বে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ আছিল ৫ মে’।
পলিটেকনিক এডমিছন টেষ্ট(PAT)-২০২৩ অহা ১৮ জুনত পুৱা ১০.০০ বজাৰ পৰা দুপৰীয়া ১২.০০ বজালৈ অনুষ্ঠিত হ’ব।
প্ৰাৰ্থীয়ে applictaion মাচুল হিচাপে ₹500 দিব লাগিব।
অসম PAT 2023 ৰ বাবে আবেদন কৰিবলৈ ডাইৰেক্ট লিংকটো ইয়াত দিয়া হ’ল
অসম PAT 2023: আৱেদন কৰিব জানে
dte.assam.gov.in ত অফিচিয়েল ৱেবছাইট চাওক
হোমপেজত “PAT 2023 online application” ফৰ্মত ক্লিক কৰক
পঞ্জীয়ন কৰক আৰু applictaion আগবঢ়াই নিব
আবেদন পত্ৰ পূৰণ কৰক, প্ৰয়োজনীয় সকলো নথি-পত্ৰ আপলোড কৰক
প্ৰ-পত্ৰখন জমা দিয়ক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে প্ৰিন্টআউট লওক