Saturday, April 11, 2026
Homeঅসমএগৰাকী শিল্পীয়ে এইবাৰ লৈছে এটা ডাঙৰ সিদ্ধান্ত

এগৰাকী শিল্পীয়ে এইবাৰ লৈছে এটা ডাঙৰ সিদ্ধান্ত

বিহুসুৰীয়া গীতেৰে অসমীয়া শ্ৰোতাৰ মৰম-আদৰ লাভ কৰা এগৰাকী শিল্পীয়ে এইবাৰ লৈছে এটা ডাঙৰ সিদ্ধান্ত।এইবাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মঞ্চত বিনা পাৰিশ্ৰমিকেৰে গীত পৰিৱেশন কৰিব কৃষ্ণমণি চুতীয়াই।

কেৱল কলা-কুশলীৰ বাবে বিহু সমিতিয়ে দিব লাগিব পাৰিশ্ৰমিক। অনুষ্ঠানৰ এটা ঘণ্টা ‘ৰাংঢালী’ৰ পৰা আৰম্ভ পৰা জুবিন গাৰ্গৰ গীত মঞ্চত পৰিৱেশন কৰিব কৃষ্ণমণিয়ে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments