Wednesday, March 11, 2026
Homeঅসমগোলাঘাটৰ লোমহৰ্ষক ত্ৰিপল মাৰ্ডাৰ

গোলাঘাটৰ লোমহৰ্ষক ত্ৰিপল মাৰ্ডাৰ

ডিজিটেল ডেস্ক, ANEWS24x7: গোলাঘাটৰ হিন্দী স্কুল ৰোডত ভয়ংকৰ ঘটনা ৷ ঘৰৰ ভিতৰতে পৰি আছে তিনিটাকৈ মৃতদেহ ৷ মৃত লোককেইজন হৈছে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষ ৷ সংঘমিত্ৰা ঘোষৰ পিতৃ-মাতৃ আছিল সঞ্জীৱ আৰু জুনু ঘোষ ৷ চোকা অস্ত্ৰৰে শৰীৰত আঘাতৰ চিন স্পষ্ট ৷

স্থানীয় লোকৰ মতে পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷ গোলাঘাট নগৰৰ হিন্দী স্কুল পথত তিনিটা হত্যা কাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানৰ আত্মসমৰ্পন কৰে। গোলাঘাট সদৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে হত্যাকাৰী নাজিবুৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments