Wednesday, July 9, 2025
Homeঅসমআলফা ভংগ ঘোষণা

আলফা ভংগ ঘোষণা

উজ্জ্বল জ্যোতি ডেকা, মঙলদৈ: সংযুক্ত মুক্তি বাহিনী,অসম (আলফা) ভংগ ঘোষনা।।বিশেষ সাধাৰণ সভাৰ এই সিদ্ধান্ত।।
জাতীয় বিকাশ মঞ্চ গঠন কৰিআকৌ হব একত্ৰিত।।এই জাতীয় বিকাশ মঞ্চ হ’ব অৰাজনৈতিক।।

সংযুক্ত মুক্তি বাহিনী, অসম,(আলফা )ৰ বিশেষ সাধাৰণ সভাৰ পিছতেই অন্ত পৰিব ৪৪বছৰীয়া ইতিহাসৰ।।১৯৭৯ চনৰ ৭ এপ্ৰিলত জন্ম হৈছিল আলফাৰ।।মঙলদৈ চমুৱাপাৰাত থকা অসম নৱ নিৰ্মান কেন্দ্ৰত অনুষ্ঠিত হ’ল ,, সংযুক্ত মুক্তি বাহিনী অসমৰ বিশেষ সাধাৰণ সভা।।

সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে সংযুক্ত মুক্তি বাহিনী অসম, আলফা ভংগ ঘোষনা কৰে।।লগে লগেই আবেগিক হৈ পৰে সদস্য সকল।।সদস্য সকলৰ সামূহিক উন্নয়ণৰ বাবে বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰে এই সভাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments