- কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
- উৰুগুৱে,বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ যাব বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
- ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী কাৰ্যসূচী মন্ত্ৰীগৰাকীৰ
- বাৰ্বাড’ছত প্ৰধানমন্ত্ৰী মোডীৰ হৈ গ্ৰহণ কৰিব ৰাষ্ট্ৰখনে প্ৰধান মন্ত্ৰীলৈ আগবঢ়োৱা শীৰ্ষ বঁটা
- ব্ৰাজিলতো অংশ ল’ব এক বাণিজ্যিক কাৰ্যসূচীত