Sunday, July 6, 2025
Homeউত্তৰ-পূৱটাৱাঙত জাৰি SOP

টাৱাঙত জাৰি SOP

ডিজিটেল ডেস্ক, ৫ফেব্ৰুৱাৰী: তুষাৰপাতৰ বাবে টাৱাঙত জাৰি কৰিছে SOP। চেলা পাছ অঞ্চলত হৈছে প্ৰচণ্ড তুষাৰপাত। তুষাৰপাতৰ ফলত বিপদজনক হৈছে টাৱাঙৰ যাতায়াত ব্যৱস্থাত? টাৱাঙৰ পৰা বালিপৰালৈ যোৱা পথ, পশ্চিম কামেং জিলাৰ বৈশাখীতো  তুষাৰপাতৰ ফলত যানজঁটৰ সৃষ্টি হৈছে।

টাৱাঙৰ যশৱন্ত গড়ৰ পৰা বৈশাখী পথতো তুষাৰপাত। ঘন্টাৰ পিছত ঘণ্টাজুৰি যানজঁটৰ সৃষ্টি হৈছে পথটোত। টাৱাঙৰ পৰা বৈশাখীলৈ যোৱা পথত SOP জাৰি কৰিছে অৰুণাচল প্ৰদেশ প্ৰশাসনে

অৰুণাচলৰ টাৱাঙত প্ৰচণ্ড তুষাৰপাতৰ ফলত আহিছে সাধাৰণ জনজীৱন বিঘ্নিত হৈ পৰিছে। বৰ্তমান টাৱাঙত (-১৩৹C) ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰ চলি আছে ৷  টাৱাঙৰ পথত দীঘল-দীঘল ট্ৰাকৰ শাৰী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments