Wednesday, March 11, 2026
Homeঅসমঅশান্ত বিলাসীপাৰা

অশান্ত বিলাসীপাৰা

ডিজিটেল ডেস্ক, ANEWS24X7: সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিক দুৰ্বত্তই আক্ৰমন কৰা ঘটনা এতিয়াও শান্ত হোৱা নাই বিলাসীপাৰা । বিলাসীপাৰাত বুধবাৰে ৰঙা ফিটা মুৰত বান্ধি প্ৰতিবাদ কৰে ।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বুধবাৰে এই কাৰ্য্যসূচী পালন কৰে । সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, বিলাসীপাাৰা জিলা সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ।

উল্লেেযোগ্য যে দিনৰ পোহৰত মহকুমা আদালতৰ সন্মুখত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনক দুৰ্বৃত্তই আক্ৰণ কৰা ঘটনাৰ সাত দিন উকলি যোৱাৰ পিছতো দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত এই কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments