Tuesday, July 8, 2025
Homeঅসমৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা

ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত অব্যাহত আছে গড়ৰ খৰ্গ সৰবৰাহ । ৰূপহীহাটৰ আমবাগানৰ পৰা গড়ৰ খৰ্গসহ আটক তিনি সৰবৰাহকাৰীক। ইপিনে ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই আমবাগানৰ পৰা আটক কৰে গড়ৰ খৰ্গ সৰবৰাহকাৰীক কেইজনক ।


আনহাতে আটকাধিন সৰবৰাহকাৰী কেইটা ক্ৰমে খলিল উদ্দীন ,জাকিৰ হুছেইন আৰু আকবৰ আলী বুলি জানিব পৰা গৈছে । ইফালে আকৌ আৰক্ষীৰ উমান পাই পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে লগতে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী কেইটাক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments