- কাৰাগাৰতে থাকিব লাগিব ভিক্টৰ দাস
- ভিক্টৰ দাসৰ জামিনত জটিলতা
- NSAৰ অধীনৰ চৰকাৰৰ এডভাইচৰী ব’ৰ্ডৰ বিশেষ পৰামৰ্শ
- গ্ৰেপ্তাৰ কৰা দিনৰ পৰা এবছৰলৈ কাৰাবন্দী কৰি ৰখাৰ পৰামৰ্শ
- পৰামৰ্শৰ পাছতে ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা
- ফলত দীৰ্ঘ দিনৰ বাবে কাৰাগাৰতে থাকিব লাগিব ভিক্টৰ
- ভিক্টৰৰ কাৰ্যকলাপ চাই এই পৰামৰ্শ এডভাইচৰী ব’ৰ্ডৰ
