ডিজিটেল ডেস্ক, A NEWS 24×7 : সোমবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত অনুষ্ঠিত হোৱা খেলৰ পিছত বিৰাট কোহলীক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে BCCIয়ে।
BCCIৰ নিৰ্দেশনা অনুসৰি “আই পি এলৰ আচৰণ বিধি উলংঘা” কৰাৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বেটছমেন বিৰাট কোহলীক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে ”।