Wednesday, March 11, 2026
Homeঅসমৰাজ্যৰ ৭খন জিলাত হ’ব ধাৰাসাৰ বৰষুণ!

ৰাজ্যৰ ৭খন জিলাত হ’ব ধাৰাসাৰ বৰষুণ!

ডিজিটেল ডেস্ক, ২৭জানুৱাৰী: ৰাজ্যৰ ৭খন জিলাত হ’ব ধাৰাসাৰ বৰষুণ! বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ খবৰ। ৰাজ্যত সঘনাই ৰূপ সলাইছে বতৰে। বিগত কিছুদিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন আছিল। দক্ষিণ শালমাৰা, ধুবুৰী, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

আজি বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূহত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে।ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত জিলাত ৩০ জানুৱাৰীত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত জিলাত ৩০ জানুৱাৰীত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments