Tuesday, July 8, 2025
Homeঅসমআমি গ্ৰীণ ট্ৰিবিউনেলৈ যাম ইউএছটিএমৰ বিৰুদ্ধে

আমি গ্ৰীণ ট্ৰিবিউনেলৈ যাম ইউএছটিএমৰ বিৰুদ্ধে

ডিজিটেল ডেস্ক,১২আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

ক্ষতি নকৰাকৈ যদি কংগ্ৰেছে প্ৰস্তাৱ আনে তেন্তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব।
জনজাতি কৰণ প্ৰক্ৰিয়া মেৰপেছ তৰুণ গগৈৰ দিনত লগালে।

তৰুণ গগৈ কোৱা ফাইল চাইহে মই কৈছোঁ।2005,2014 লৈকে তৰুণ গগৈয়ে কৈছে যোৰাবাটৰ বাবে গুৱাহাটীত বানপানী।বাপেকে কোৱা কথাৰ বাবেই মোক গালি পাৰে।

ইউএছটিএমলৈ গ’লে মক্কালৈ যোৱা যেন লাগে।
কংগ্ৰেছে এই ইউএছটিএমক বচাব বিচাৰিছে।
হিন্দুৰ মালিক হোৱা হ’লে কংগ্ৰেছে নামাতিলেহেতেন। ইউএছটিএমৰ মালিক ৰিণিকি ভূঞা হোৱাহেতেন কংগ্ৰেছে কি কৰিলেহেতেন,সেয়া স্পষ্ট কৰক।

ইউএছটিএমৰ গেট সৰ্বধম হ’ব লাগিব

অসমৰ শিক্ষা ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে ইউএছটিএমত

ৰিণিকি ভূঞাই যি কৰিছে অসমৰ ৰাইজৰ কাৰণে কৰিছে।লগত লৈ নাযায়। মোৰ ল’ৰাৰ নামত নাথাকে।সকলো অসমৰ ৰাইজৰ হ’ব।

হিন্দুৰ সংখ্যা বাঢ়িলে কাৰোবাৰ বাঢ়িব জনসংখ্যা।
সেই কথাও বুদ্ধিজীৱীয়ে বুজি নাপায় নেকি।

মই বেণ্ড পাৰ্টী নেকি ইফালেও বজাই সিফালেও বজাই কংগ্ৰেছে।

আমি গ্ৰীণ ট্ৰিবিউনেলৈ যাম ইউএছটিএমৰ বিৰুদ্ধে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments