Sunday, July 6, 2025
Homeঅসম৫ বজালৈ কোন সমষ্টিত কিমান শতাংশ হ'ল ভোটদানৰ হাৰ

৫ বজালৈ কোন সমষ্টিত কিমান শতাংশ হ’ল ভোটদানৰ হাৰ

ডিজিটেল ডেস্ক, ১৩নৱেম্বৰ: আজি অসমৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।বুধবাৰে সন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যত আনুষ্ঠানিকভাৱে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ।আজি সন্ধিয়া ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%।

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৮.১০% ভোটদান সম্পন্ন হয়।ধলাই বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭২.৪০% ভোটদান সম্পন্ন হয়।বিহালী বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৩.৭০% ভোটদান সম্পন্ন হয়।

বঙাইগাঁও বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৬৯.০৮% ভোটদান সম্পন্ন হয়।চিদলীত বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭১.৫০% ভোটদান সম্পন্ন হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments