Tuesday, July 8, 2025
Homeঅসমকোন বিষয়াক গ্ৰেপ্তাৰৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কোন বিষয়াক গ্ৰেপ্তাৰৰ কথা ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

ডিজিটেল ডেস্ক, ১৬ফেব্ৰুৱাৰী: ‘১০ দিনৰ ভিতৰত এজন বিষয়াক গ্ৰেপ্তাৰ অথবা নিলম্বন কৰা হ’ব’। কোন বিষয়াক গ্ৰেপ্তাৰৰ কথা ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?সকীয়নি দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

‘‘বিগত এমাহ ধৰি এগৰাকী চৰকাৰী বিষয়া আমাৰ টাৰ্গেটত আছে। যিগৰাকী বিষয়াৰ চালক, PSOৰ গুগুল পে’ আছে। যাৰ জৰিয়তে বিভিন্ন লেনদেন কৰি আছে বিষয়াজনে। যিগৰাকী বিষয়াক ট্ৰেক কৰি আছে CM VIGILANCE’’। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ‘‘বিষয়াগৰাকী আগন্তুক ১০দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ’ব।’’মুখ্যমন্ত্ৰীগৰাকীয়ে ‘‘এই বিষয়া জন পুৰণি নহয়। ৪ বছৰ মানৰ পূৰ্বেহে তেওঁ চাকৰি পাইছিল।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments