Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়চৰ্চাত ভাৰতৰ দুৰ্গৰাকী সাহসী নাৰী সেনা বিষয়া

চৰ্চাত ভাৰতৰ দুৰ্গৰাকী সাহসী নাৰী সেনা বিষয়া

  • কর্ণেল ছফিয়া কুৰেশ্বি, উয়িং কমাণ্ডাৰ ব্যোমিকা সিং
  • ছফিয়া কুৰেশ্বি হৈছে Corps of Signals-ৰ বিষয়া
  • Exercise Force 18ত ভাৰতীয় সেনাৰ অধিনায়ক আছিল
  • কংগোৰ UN Peacekeeping Mission-তো কৰ্মৰত আছিল
  • ব্যোমিকা সিং ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া
  • ব্যোমিকা সিঙে ২৫০০ ঘণ্টা হেলিকপ্টাৰ আৰু বিমান উৰুৱাইছে
  • জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ বিপদসংকুল এলেকাত চেতক, চিতা হেলিকপ্টাৰ উৰুওৱাৰ অভিজ্ঞতা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments