- ‘মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, কাশ্মীৰ, ইংলেণ্ড যায়।
- বিয়া হৈ পাকিস্তানলৈ কোন যায়?
- পাকিস্তানলৈ যোৱা বুলি নিজেই স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে।
- দুদিনৰ বাবে পাকিস্তানলৈ গলেও জীৱনভৰ পাকিস্তানৰ ব্লেকমেইলত থাকিব লাগে।
- পাকিস্তানে যি কয় তাকে শুনিব লাগে’।
- গৌৰৱ গগৈ পাকিস্তান যোৱাক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী।
