Monday, March 16, 2026
Homeঅসমনৱনিৰ্মিত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব এইসকল লোকে

নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব এইসকল লোকে

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰিলে ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্প।

এই প্ৰকল্প উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

কাৰ কাৰ প্ৰৱেশ বিনামূলীয়া হ’ব এই উদ্যানখনত?

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।

‘‘কোনো মায়ে যদি ১২ বছৰৰ তলৰ শিশুক লগত লৈ এই উদ্যানলৈ আহে, আমি কোনেও এক টকাও ফীজ ল’ব নালাগে। আমি টকাৰ বাবে নহয়, মহানগৰবাসীৰ বাবে এই উদ্যান মুকলি কৰিছোঁ।’’

‘‘পুৱা ৯ বজালৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা কাৰোপৰা এক টকাও ল’ব নোৱাৰিব।’’

যিহেতু পাৰ্কখনৰ নিৰ্মাণৰ কাম চলি আছে, সেয়ে ব’হাগ বিহুলৈ কোনো প্ৰৱেশ মাচুল লোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments