হেলিকেপ্টাৰত তেল ভৰাবলৈ টকা লাগে হাগ্ৰামাক, বাক্সাৰ মেদাঘাটত বিপিএফৰ নিৰ্বাচনী সভাত ৰাইজৰ পৰা টকা খুজিলে হাগ্ৰামাই । ২৪ নং মু্ছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ হৈ হেলিকেপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ।
পৰিৱৰ্তনৰ নামত বিগত ৫বছৰে কেৱল স্পীড বেকাৰ হ’ল বিটিআৰত , প্ৰমোদ বড়োৱে আমি নবনোৱা স্পীড বেকাৰ বনাই উন্নয়নৰ কথা কয় । আগন্তুক পৰিষদীয় নিৰ্বাচনত বিপিএফে বিটিআৰ দখল কৰিব, হিংসা কৰা লোক ইউপিপিএলতেই আছে । বিটিআৰবাসী ৰাইজে এইবাৰ বিপিএফৰ চৰকাৰ বিচাৰিছে ।
