Tuesday, July 8, 2025
Homeঅসমউন্মুক্ত গাঁতত পৰিল বন্যহস্তী

উন্মুক্ত গাঁতত পৰিল বন্যহস্তী

ডিজিটেল ডেস্ক, ২১নৱেম্বৰ: মৰিয়নিত উন্মুক্ত গাঁতত পৰিল বন্যহস্তী। গিবন অভয়াৰণ্যৰ সমীপত গাঁতত সোমাল ৬ টাকৈ হাতী।

ইটা ভাটাৰ বাবে JCBৰে খন্দা গাঁতত সোমাল হাতীকেইটা। খাদ্য সন্ধানত গিবনৰ পৰা ওলাই আহিছিল বন্যহস্তীৰ জাকটো। গাঁতটোৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ২ টা হাতী।

এতিয়াও গাঁতটোত আবদ্ধ পোৱালিসহ ৪ টা হাতী। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments