Tuesday, March 10, 2026
Homeঅসমৰাজ্যৰ ৮ জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ!

ৰাজ্যৰ ৮ জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ!

  • বিগত কিছুদিন ৰাজ্যৰ ভিন্নপ্ৰান্তত বৰষুণ হৈ আছে।
  • পুনৰ ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
  • ৰাজ্যৰ ৮খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে।
  • লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Yellow Alert জাৰি কৰিছে।
  • ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Yellow Alert জাৰি কৰিছে।
  • বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments