Tuesday, March 10, 2026
Homeৰাজনৈতিকবিতৰ্কিত বিধেয়কক লৈ /উ/ত্ত/প্ত/ লোকসভা

বিতৰ্কিত বিধেয়কক লৈ /উ/ত্ত/প্ত/ লোকসভা

👉বিতৰ্কিত বিধেয়কক লৈ উত্তপ্ত লোকসভা
👉 অমিত শ্বাহলৈ দলিয়ালে বিধেয়কৰ টুকুৰা
👉 অমিত শ্বাহে ৩ খন বিতৰ্কিত আইন উত্থাপন কৰাৰ পিছতে উত্তপ্ত হয় লোকসভা
👉 বিতৰ্কিত বিধেয়কৰ প্ৰতিলিপি ফালি প্ৰতিবাদ কৰে বিৰোধী সাংসদসকলে
👉 বিধেয়কৰ প্ৰতিলিপি ফালি দলিয়ালে অমিত শ্বাহলৈ
দোষী সাব্যস্ত নহ’লেও এমাহৰ বাবে কাৰাবাসত থাকিলেই প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে হেৰুৱাব পদবী
👉 প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম
👉 লোকসভাত উত্থাপন হ’ল ৩খন বিতৰ্কিত বিধেয়ক
👉 কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৫; সংবিধান ১৩০ তম সংশোধনী) বিধেয়ক ২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫ উত্থাপন
👉 প্ৰধানমন্ত্ৰী বা কোনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীয়ে একেৰাহে ৩০ দিনৰ বাবে গুৰুতৰ অপৰাধমূলক অভিযোগত গ্ৰেপ্তাৰ হ’লে অপসাৰণ কৰা হ’ব
👉 কমেও ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধত বাবে একেৰাহে ৩০ দিনৰ বাবে গ্ৰেপ্তাৰ হ’লে ৩১ দিনৰ দিনা পদত্যাগ কৰিব লাগিব
👉 অন্যথা তেওঁক অপসাৰণ কৰা হ’ব
👉 এই বিধেয়কৰ বিৰোধিতা বিৰোধীৰ
👉 বিৰোধী শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীক ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰ বুলি আখ্যা বিৰোধীৰ
👉 বিজেপিয়ে দেশখনক “পুলিচ ষ্টেট”লৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ
👉 বিধেয়ককেইখন সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰাৰ ঘোষণা অমিত শ্বাহৰ
👉 আইনখনক সংবিধান আৰু যুক্তৰাজ্যৰ বিৰোধী বুলি অভিহিত কৰি বিৰোধী সদস্যসকলৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments