Thursday, March 12, 2026
Homeঅসমজুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে

জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে

  • জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে
  • জুবিন গাৰ্গ থাকিলে আজি উত্তৰ দিলে হেতেন আজান ফকীৰ কোন আছিল
  • মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ
  • চামগুৰি কংগ্ৰেছত বিসম্বাদ নাই
  • যি সকলে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হৈ প্ৰচাৰ চলাইছে তেওঁলোক মুখ্যমন্ত্ৰীৰ মানুহ

সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰাৰ্থীত্বৰ বিৰুদ্ধে একাংশ কংগ্ৰেছী ওলাই অহাৰ সময়ত বুধবাৰে পুত্ৰ তাঞ্জিল হুছেইনক লগতলৈ গড়াজান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় সমষ্টিটোৰ প্ৰত্যেকটো মণ্ডল কংগ্ৰেছৰ সভাপতি মোৰ লগত আছে। পুত্ৰ তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বৰ বিৰোধীতা কৰা সকল মুখ্যমন্ত্ৰীৰ মানুহ। তেওঁলোকেই মোক আক্ৰমণ কৰিছিল।

আজান ফকীৰক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে। তেওঁ কয় জুবিন গাৰ্গক ষড়যন্ত্ৰমূলক ভাৱে হত্যা কৰা হৈছে। আজি জুবিন গাৰ্গ জীয়াই থাকিলে ইয়াৰ প্ৰত্যুত্তৰ দিলে হেঁতেন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments