Saturday, March 14, 2026
Homeঅসমছিংগাপুৰৰ প্ৰবাসী অসমীয়াই আগবঢ়াব সহযোগিতা

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই আগবঢ়াব সহযোগিতা

পুনৰ জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

বিশেষকৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ছিংগাপুৰীয়া অসমীয়াই SITৰ তদন্তত সহযোগিতা আগবঢ়োৱাৰ ইংগিত বহন কৰিছে।

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই আগবঢ়াব সহযোগিতা।

দুই-এদিনতে ভাল খবৰটো জনাব SITএ।

জুবিনৰ মৃত্যুৰ তদন্তত কেইবাজনো প্ৰবাসী অসমীয়াই জনাইছে সঁহাৰি

SITৰ চমনৰ পাছতেই ইতিবাচক সঁহাৰি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ

উল্লেখ্য যে জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৃত্যুৰ সময় য়টত উপস্থিত থকা প্ৰতিজনকে CIDৰ SITএ চমন জাৰি কৰিছিল।

কিন্তু ৰূপকমলৰ বাহিৰে কোনে এজনো হাজিৰ হোৱা নাছিল SITত।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments