Thursday, March 12, 2026
Homeঅসমআজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ

আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ

  • আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ
  • গৰিমা গাৰ্গৰ ছিংগাপুৰ যাত্ৰা বাতিল
  • আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।
  • চাৰ্টাৰ্ড বিমানযোগে অসমলৈ অনা হ’ব জুবিনৰ নশ্বৰদেহ।
  • জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ ৰাওনা হৈছিল যদিও সেই যাত্ৰা বাতিল কৰি তেওঁ উভতি আহিছে।
  • উল্লেখযোগ্য যে ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন।
  • তাত সাগৰত সাঁতুৰিবলৈ গৈ ছিজাৰ এটেকত আক্ৰান্ত হৈছিল জুবিন।
  • ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments