Monday, July 21, 2025
Homeৰাজনৈতিককাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

  • কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন।
  • ২১ জুলাইৰ পৰা ২১ আগষ্টলৈকে চলিব এই অধিৱেশন।
  • অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব ৮খনকৈ বিধেয়ক।
  • অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক।
  • সংসদ ভৱন এনেক্সৰ মুখ্য সমিতি কক্ষত অনুষ্ঠিত হয় এই বৈঠক।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments