Homeৰাজনৈতিককাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন ৰাজনৈতিকৰাষ্ট্ৰীয় কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন By NEWS DESK July 20, 2025 0 209 Share FacebookTwitterPinterestWhatsApp কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। ২১ জুলাইৰ পৰা ২১ আগষ্টলৈকে চলিব এই অধিৱেশন। অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব ৮খনকৈ বিধেয়ক। অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। সংসদ ভৱন এনেক্সৰ মুখ্য সমিতি কক্ষত অনুষ্ঠিত হয় এই বৈঠক। Share FacebookTwitterPinterestWhatsApp Previous articleকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওকNext articleকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক NEWS DESKhttps://anews24x7.com/ RELATED ARTICLES ৰাজনৈতিক মমতা বেনাৰ্জী, হুমায়ুন কবীৰক তীব্ৰ ধমক দি বিস্ফোৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। April 21, 2026 ৰাজনৈতিক চাইকেল চলাই সংসদত প্ৰৱেশ কৰিলে তেৰছ গোৱালাই April 16, 2026 ৰাষ্ট্ৰীয় চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা April 15, 2026 LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Most Popular জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ অভিনেতা বিদ্যুৎ বড়োৰ মৃত্যু May 1, 2026 চেঙাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এচ এচ ষ্ট্ৰাষ্ট, অসমৰ May 1, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক May 1, 2026 জুবিনৰ মৃত্যুৰ সময়ৰ সেই হাঁহিটো কাৰ আছিল? April 30, 2026 Load more Recent Comments