Friday, September 11, 2026
Homeউত্তৰ-পূৱসমস্যাজৰ্জৰ মণিপুৰত কুকি-নগা জনগোষ্ঠীৰ মাজত তীব্ৰ সংঘাত

সমস্যাজৰ্জৰ মণিপুৰত কুকি-নগা জনগোষ্ঠীৰ মাজত তীব্ৰ সংঘাত

সমস্যাজৰ্জৰ মণিপুৰত কুকি-নগা জনগোষ্ঠীৰ মাজত তীব্ৰ সংঘাত। NRCৰ দাবীত উত্তাল ইম্ফলসহ সমগ্ৰ উপত্যকা অঞ্চল। নিশা কাকচিং জিলা সদৰত সহস্ৰাধিক লোকৰ প্ৰতিবাদী জোঁৰ সমদল। আৰক্ষী-নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীৰ কন্দুৱা গেছ নিক্ষেপ। ঘটনাত কেইবাজনো প্ৰতিবাদকাৰী আহত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments