📌’আছু, কংগ্ৰেছ, বিজেপি, জুবিন পৰিয়াল, শিল্পী সমাজ, বুদ্ধিজীৱী, বাওঁ-সোঁ সকলো এক হওঁক।’
📌’জুবিনৰ ন্যায়ৰ বাবে ভাগ ভাগ হৈ আন্দোলন নকৰিব।’
📌’কা আৰু নদী বান্ধ আন্দোলনৰ দৰে ভাগ ভাগ হৈ প্ৰতিবাদ কৰি লাভ নাই’
📌’অসমত কোনো এনে দল-সংগঠন, লেখত লোৱা ব্যক্তি নাই, যাক মই মতা নাই’
📌জুবিনক্ষেত্ৰত উপস্থিত হৈ ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ
